পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় হস্ততাঁত পৰম্পৰাৰ প্ৰচাৰৰ জৰিয়তে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে।
শ্ৰী মোদীয়ে কয়, ‘ছ’চিয়েল মিডিয়াত জি আৰ ডব্লিউ এম (গেট ৰেডী উইথ মি) ভিডিঅ’সহ আপোনাৰ প্ৰিয় হস্ততাঁত সামগ্ৰীৰ সৈতে আপোনাৰ ভিডিঅ’ শ্বেয়াৰ কৰক।’
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে;
কাইলৈ, ৭ আগষ্ট হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। আহক ভাৰতৰ হস্ততাঁত বৈচিত্ৰ্যক জনপ্ৰিয় কৰো।
ছ’চিয়েল মিডিয়াত জি আৰ ডব্লিউ এম ভিডিঅ’সহ প্ৰিয় হস্ততাঁত সামগ্ৰীৰ সৈতে আপোনাৰ ভিডিঅ’ শ্বেয়াৰ কৰক।
#NationalHandloomDay ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।
Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.
Share your videos with your favourite handloom products, including GRWM videos on social media.
Don’t forget to use #NationalHandloomDay. pic.twitter.com/zoFdTXphRL
— Narendra Modi (@narendramodi) August 6, 2026
***
MJPS/SS/VJ/HS