পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু কষ্টাৰিকাৰ মাজত জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত অভিপ্ৰায় পত্ৰ(এলঅ’আই)ৰ সূচনাৰ সন্দৰ্ভত অৱগত কৰা হয়৷
জৈৱপ্ৰযুক্তিৰ শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত এক বাস্তৱ কৌশলগত পৰিকল্পনাৰ সৈতে জড়িত হোৱাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিগত কূটনৈতিক উদ্ভাৱনৰ সহযোগিতাৰ লক্ষ্যৰে এজেণ্ডাৰে কাম কৰিবলৈ এই এলঅ’আই স্বাক্ষৰ কৰা হয়৷
২০১৯ৰ মাৰ্চত এলঅ’আই স্বাক্ষৰ কৰা হয়৷
*****
AKT/AK/DB