পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত জাম্বিয়াৰ মাজত ন্যায়িক সহযোগিতাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷
বিগত বছৰসমূহত ভাৰত আরু জাম্বিয়াৰ মাজত সামাজিক, সাংস্কৃতিক আৰু ব্যৱসায়িক সম্পৰ্ক ইতিবাচক দিশত আগবাঢ়িছে৷ ন্যায়িক ক্ষেত্ৰত স্বাক্ষৰিত এক চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক তৰান্বিত কৰিব আৰু ন্যায়িক সংস্কাৰৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব৷
***
AKT/VBA/MS