Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু টিউনিছিয়াৰ মাজত ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু টিউনিছিয়াৰ মাজত ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনোৱা হয়।

শেহতীয়া বছৰ কেইটাত ভাৰত আৰু টিউনিছিয়াৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যিক সম্পর্ক ইতিবাচক দিশত আগবাঢ়িছে। ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ বাবে চুক্তি স্বাক্ষৰে দুয়ো দেশৰ সু-সম্পর্ক আৰু আগবঢ়াই নিয়াৰ লগতে বিচাৰ সংক্রান্তীয় সংস্কাৰৰ ক্ষেত্রতো নতুন দিশৰ সংযোজন ঘটিব।

AKT/VBA/SH/DB