Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু বলিভিয়াৰ মাজত ৰে’লৱে খণ্ডত স্বাক্ষৰত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু বলিভিয়াৰ মাজত বায়’কেনিক ৰে’লৱে সংহত প্ৰকল্পৰ সন্দৰ্ভত স্বাক্ষৰত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰা হয়৷

এই বুজাবুজি চুক্তিয়ে যৌথ সহযোগিতামূলক প্ৰকল্পৰ কাৰ্যকৰীকৰণ বাবে তথ্যৰ বিনিময়, বিশেষজ্ঞৰ বৈঠক, আলোচনা-চক্ৰ, কাৰিকৰী ভ্ৰমণৰ ক্ষেত্ৰত সহায় কৰিব৷

২০১৯ৰ মাৰ্চত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

*****

AKT/AK/DB