Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত ইয়াৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়টো ভাৰতত দেশীয় কাৰ্যালয় হিচাপে কাম কৰাৰ দিশত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰিলে কেবিনেটক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত ইয়াৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়টো ভাৰতত দেশীয় কাৰ্যালয় হিচাপে কাম কৰাৰ দিশত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰে। নতুন দিল্লীত ২০১৮ৰ ১৩ মাৰ্চত এই চুক্তিখন স্বাক্ষৰ কৰা হয়।

এই দ্বিপাক্ষিক চুক্তিয়ে ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত সহযোগিতা বৃদ্ধি উৎসাহ যোগাব। ইয়াৰ জৰিয়তে ভাৰতৰ জন স্বাস্থ্যৰ স্থিতি উন্নত কৰিব।

***

AKT/VBA/SH/DB