Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ভুটানৰ মাজত হোৱা এমএইচইপি সংক্ৰান্তত হোৱা চুক্তিত ঋণ পৰিশোধৰ সময়সীমা দুবছৰলৈ বৃদ্ধিৰ বাবে দফা ৩ৰ সংশোধনীত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে মাণ্ডেচ্ছু হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্ট (এমএইচইপি)ৰ সংক্ৰান্তত ঋণ পৰিশোধৰ সময়সীমা দুবছৰ বৃদ্ধিৰ বাবে ভাৰত আৰু ভুটানৰ মাজত হোৱা চুক্তিৰ দফা ৩ত সংশোধন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে ভুটানত এই প্ৰকল্পৰ প্ৰণয়ন ১৫ বৰ্ষৰ পৰা বৃদ্ধি কৰা ১৭ বৰ্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

লাভঃ

এই প্ৰস্তাৱৰ উদ্দেশ্য নিম্নোল্লিখিতসমূহ সুনিশ্চিত কৰাটোঃ

১. ভুটানত ৭২০ মেগাৱাট এমএইচইপিৰ দ্বাৰা বিদ্যুৎ আমদানি কৰাৰ বাবে পূৰ্বৰ বৰ্ষৰ দৰ সূচী ৪.১২ ভাৰতীয় টকা প্ৰতি ইউনিট৷

২. এইএইতচপিচিৰ পৰা ভুটানৰ দ্বাৰা ভাৰতক অতিৰিক্ত বিদ্যুৎ যোগান৷

৩. ভাৰত-ভুটানৰ আৰ্থিক সম্পৰ্ক আৰু বিশেষকৈ আন্তঃ-সংযোগী সহযোগিতাৰ ক্ষেত্ৰত পৰস্পৰ সম্বন্ধ সামগ্ৰিক ৰূপক শক্তিশালী কৰা৷ 

 

********

AKT/SH/MANN