Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু মালাৱিৰ মাজত প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ আৰু আনুষ্ঠানিক স্বীকৃতি প্ৰদানত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মালাৱিৰ মাজত প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ আৰু আনুষ্ঠানিক স্বীকৃতি প্ৰদানত অনুমোদন জনায়।

এই চুক্তিৰ জৰিয়তে সন্ত্ৰাসবাদীৰ প্ৰত্যৰ্পণ, অৰ্থনৈতিক অপৰাধীৰ লগতে অন্যান্য অপৰাধীক মালাৱিৰ পৰা প্ৰত্যৰ্পণ কৰাৰ ক্ষেত্ৰত আইনী কাঠামোৰ সুবিধা প্ৰদান কৰিব।

*************

NW/AKT/SH/DB