Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰোত্তোলনৰ ৭৭ কেজিত স্বৰ্ণ বিজয়ী সতীশ কুমাৰ শিৱলিংগমক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


কমনৱেলথ গেমছত স্বৰ্ণ বিজয়ী সতীশ কুমাৰ শিৱলিংগমক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷

‘ভাৰোত্তোলকসকলে পদক তালিকাত আমাৰ স্থান আগুৱাই আছে৷ ৭৭ কেজি ওজন শাখাত স্বৰ্ণ জয় কৰা সতীশ কুমাৰ শিৱলিংগমক মই অভিনন্দন জনাইছো৷ দুখন কমনৱেলথ গেমছত একেৰাহে পদক জয় কৰি তেওঁ ইতিহাসৰ পাতত নাম সন্নিৱিষ্ট কৰিছে৷’— প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AP/MS