Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মছুলত সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলৰ আত্মীয়লৈ ১০ লাখকৈ এককালীন সাহায্য যোষণা প্ৰধানমন্ত্ৰীৰ


ইৰাকৰ মছুলত সন্ত্ৰাসবাদীয়ে যিসকল লোকক হত্যা কৰিলে, তেওঁলোকৰ আত্মীয়লৈ ১০ লাখকৈ এককালীন সাহায্য যোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

***

AKT/KP/SK/DB