পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনতাক ৰাজ্য স্থাপন দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷
‘‘মণিপুৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আশীৰ্বাদপুষ্ট আৰু ইয়াৰ জনতা কঠোৰ পৰিশ্ৰমী৷ ৰাজ্যখনৰ পৰা পোৱা মৰম মই কেতিয়াও পাহৰিব নোৱাৰো৷ তেওঁলোকৰ ৰাজ্য স্থাপন দিৱসত মই মণিপুৰৰ ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো৷ বিকাশৰ দৌৰত ৰাজ্যখন অগ্ৰসৰ হওক এয়ে মোৰ কামনা’’, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷
***
AKT/KP/MANN
Manipur is blessed with immense natural beauty and hardworking citizens. I can never forget the affection I have got in the state.
— Narendra Modi (@narendramodi) January 21, 2019
On their Statehood Day, I greet my sisters and brothers of Manipur.
May the state continue scaling new heights of development.