Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্য প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷

১৯৫৬চনৰ ১ নৱেম্বৰত মধ্য প্ৰদেশ প্ৰতিষ্ঠা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে কয়, “মনোমোহা প্ৰাকৃতিক সম্পদ আৰু চহকী-বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰে ভৰা মধ্য প্ৰদেশে প্ৰগতিৰ পথত যাত্ৰা অব্যাহত ৰাখিব বুলি মই আশাবাদী৷”.

***

 

VRRK/SH/MS