পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
“শুভ মহালয়া! উছৱৰ এই বতৰত মই সমাজত শান্তি, সমৃদ্ধি আৰু সুখৰ বতৰা বিয়পি পৰিবলৈ প্ৰাৰ্থনা জনাইছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
***
AKT/AK/PRK
Shubho Mahalaya! I pray that the festive season furthers the atmosphere of peace, prosperity and happiness in our society.
— Narendra Modi (@narendramodi) September 19, 2017