পি এম ইণ্ডিয়া
আজি মহাশিৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। মহাশিৱৰাত্ৰিৰ এই পৱিত্ৰক্ষণত দেশবাসীলৈ মোৰ বহু শুভকামনা জনাইছো। ঔঁ নমঃ শিবায়।“
***
AKT/SH/RD
#Mahashivratri greetings to everyone. #महाशिवरात्रि के पावन अवसर पर सभी देशवासियों को बहुत-बहुत शुभकामनाएं।
— Narendra Modi (@narendramodi) March 4, 2019
ऊँ नम: शिवाय!