Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰত হোৱা শোকাবহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সমবেদনা


মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

“মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত বাছ দুৰ্ঘটনাটো অতি দুৰ্ভাগ্যজনক। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছো আৰু আহত লোকসকলৰ আশু-আৰোগ্য কামনা কৰিছো। দুৰ্ঘটনাটোত ভুক্তভোগীসকললৈ সাম্ভাৱ্য সকলোধৰণৰ সাহায্য আগবঢ়াব মহাৰাষ্ট্ৰ চৰকাৰে।” – প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

*****

AKT/SH/RD