Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা সুনেত্ৰ পাৱাৰজীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা সুনেত্ৰ পাৱাৰজীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয়- “মই নিশ্চিত যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ দৃষ্টিভংগী পূৰণ কৰিব”।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে :

“মহাৰাষ্ট্ৰৰ প্ৰথম মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভ কৰা সুনেত্ৰ পাৱাৰজীলৈ শুভেচ্ছে জনালো। ৰাজ্যবাসীৰ কল্যাণৰ বাবে তেওঁ অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ সপোনক আগুৱাই লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস।”

 

***

 

MJPS/VJ/KD