Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ৰূপৰ পদক জয় কৰা অঞ্জুম মৌদগিলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ৰূপৰ পদক জয় কৰা অঞ্জুম মৌদগিলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—‘মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ৰূপৰ পদক জয় কৰা অঞ্জুম মৌদগিলক লৈ গৌৰৱবোধ কৰিছে৷’

***
AKT/KP/MS