পি এম ইণ্ডিয়া
কমনৱেলথ গেমছৰ মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত স্বৰ্ণ জয় কৰা তেজস্বিনী ছাৱন্তক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷
প্ৰধামন্ত্ৰীয়ে কয়—‘ দুদিনত দুটা পদক৷ মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত স্বৰ্ণ জয়ৰ বাবে তেজস্বিনী ছাৱন্তক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আমি ইয়াতকৈও সুখী যে তেওঁ ফাইনেলত কমনৱেলথ গেমছ ৰেকৰ্ড স্থাপন কৰিছে৷’
***
AKT/KP/MS
I congratulate Tejaswini Sawant for winning the Silver in the women's 50m Rifle Prone event at #GC2018. This is the result of her perseverance and dedication towards shooting: PM @narendramodi pic.twitter.com/yhsQT9djGT
— PMO India (@PMOIndia) April 12, 2018