পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৬৩ কেজি জুডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে উন্নতি শৰ্মাক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ প্ৰতিযোগিতাত উন্নতি শৰ্মাৰ সমৰ্পিত মনোভাৱ আৰু দৃঢ় সংকল্প স্পষ্টভাৱে প্ৰতিফলিত হয়।
শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাত নিৰৱচ্ছিন্ন সফলতা কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখে:
“জুডোত ভাৰতৰ বাবে পুনৰ এক গৌৰৱময় ক্ষণ!
২০২৬ চনৰ কমনৱেলথ গেমছৰ মহিলাৰ ৬৩ কেজি বিভাগত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে উন্নতি শৰ্মালৈ অভিনন্দন জনালোঁ। সমগ্ৰ খেলত তেওঁৰ নিষ্ঠা আৰু দৃঢ় সংকল্প স্পষ্ট হৈ পৰে। তেওঁ যেন ভৱিষ্যতৰ প্ৰতিটো প্ৰচেষ্টাতে এনেদৰেই শ্ৰেষ্ঠত্ব অৰ্জন কৰি যায়, তাকে কামনা কৰিলোঁ!”
#CWG2026”
More glory for India in Judo!
Congratulations to Unnati Sharma for winning the Bronze Medal in the Women’s 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming…
— Narendra Modi (@narendramodi) August 2, 2026
****
MJPS/SS/ST/DB
More glory for India in Judo!
— Narendra Modi (@narendramodi) August 2, 2026
Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming…