Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে ফোনযোগে শ্ৰীযুত ইব্ৰাহীম ছলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অনুষ্ঠিত মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা শ্ৰীযুত ইব্ৰাহীম ছলীক ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত ছলীৰ নেতৃত্বত মালদ্বীপৰ গণতন্ত্র, শান্তি আৰু সমৃদ্ধি আৰু সুদৃঢ় হ’ব বুলি আশা প্রকাশ কৰে।

 

শ্রীযুত ছলী তেওঁক জনোৱা শুভেচ্ছা আৰু শুভকামনাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়।

 

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত ঘনিষ্ঠ, বন্ধুত্বপূর্ণ আৰু প্রতিবেশীসুলভ সম্পর্কক আৰু অধিক সুদৃঢ়ভাবে কাম কৰিবলৈ সহমত প্ৰকাশ কৰে।

*****

AKT/VJ/DB