Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাহাত্মা গান্ধীক তেওঁৰ পূন্য তিথিত প্ৰণিপাত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীক তেওঁৰ পূন্য তিথিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ তত্ত্বগধূৰ চিন্তাধাৰাৰ স্মৰণ কৰে৷ শ্ৰী মোদীয়ে লগতে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“পূন্য তিথিত মই বাপুৰ প্ৰতি প্ৰণিপাত জনাইছো আৰু তেওঁৰ তত্বগধূৰ চিন্তাধাৰা স্মৰণ কৰিছো৷ মই লগতে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ ত্যাগ অবিস্মৰণীয় আৰু ই এখন উন্নত ভাৰতৰ বাবে কাম কৰাৰ আমাৰ সংকল্পক শক্তিশালী কৰিব৷”

***

DS/ST/DB