পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়ৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত আলোকপাত কৰা হৈছে যে অসংখ্য সুযোগৰ সৈতে যুৱপ্ৰজন্মৰ সবলীকৰণ বিকশিত ভাৰতৰ মূল দৃষ্টিভংগী। ইয়াত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (পিএমভিবিআৰৱাই) বৃহৎ সংখ্যক নিয়োগ সৃষ্টি আৰু ৰূপান্তৰক উৎসাহিত কৰাৰ বাবে সাজু। লগতে ই যুৱ মনবোৰক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ সক্ষম কৰাৰ বাবেও সেৱা আগবঢ়াইছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
“অগণিত সুযোগৰ জৰিয়তে যুৱপ্ৰজন্মক শক্তিশালী কৰাটোৱেই হৈছে বিকশিত ভাৰতৰ মূল দৃষ্টিভংগী। পিএমভিবিআৰৱাই বৃহৎ সংখ্যক নিয়োগ সৃষ্টি আৰু ৰূপান্তৰক উৎসাহিত কৰিবলৈ সাজু হৈছে। এই আঁচনিখনে যুৱ মনবোৰক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ সক্ষম কৰাৰ বাবেও কাম কৰে!
কেন্দ্ৰীয় মন্ত্ৰী ডাঃ @mansukhmandviya-ৰ নিশ্চিতভাৱে পঢ়িবলগীয়া।”
Empowering the youth with innumerable opportunities remains the core vision for a Viksit Bharat. The PMVBRY is set to foster large-scale job creation and transformation. This scheme shall also work as an enabler for the young minds to become active participants in… https://t.co/DMkzpbHF6Z
— PMO India (@PMOIndia) June 19, 2026
***
MJPS/SS/ST/HS