Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যোগাযোগৰ ক্ষেত্ৰত ভাৰত আৰু কম্বোডিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু কম্বোডিয়াৰ মাজত যোগাযোগৰ ক্ষেত্ৰত সম্পন্ন হোৱা বুজাবুজিৰ পূৰ্ব প্ৰস্তাৱিত চুক্তিপত্ৰত অনুমোদন জনাইছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ২০১৯ চনৰ মাৰ্চ মাহত স্বাক্ষৰিত হৈছিল৷

প্ৰভাৱঃ এই বুজাবুজিৰ চুক্তিপত্ৰই যোগাযোগৰ ক্ষেত্ৰখনত ভাৰত আৰু কম্বোডিয়াৰ মাজত সহযোগিতা শক্তিশালী কৰিব৷

*****

AKT/SH/MANN