Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লক্ষদ্বীপত হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লক্ষদ্বীপত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে।

তেওঁ এক্সত লিখিছে:

“সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ উন্নয়নৰ সুফল আগবঢ়োৱাৰ তুলনাত ইয়াতকৈ আৰু সন্তোষজনক কি হ’ব পাৰে? কালি লক্ষদ্বীপৰ এই মত-বিনিময় চাওক… “