Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আলৱাৰ সমষ্টিৰ লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত দুখিত হৈছো। সামাজিক কামৰ প্ৰতি তেওঁৰ বৰঙণি সদায় স্মৰণীয় হৈ ৰ’ব। পৰিয়াল তথা শুভাকাংক্ষীলৈ গভীৰ সমবেদনা জনাইছোঁ।”

******

AKT/HS/DB