পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইকৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে, য’ত ভাৰতৰ শক্তি খণ্ডৰ পৰিৱৰ্তনশীল যাত্ৰাৰ ৰূপৰেখা বৰ্ণনা কৰা হৈছে।
প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ শক্তিৰ ক্ষেত্ৰত পৰিৱৰ্তন বাস্তৱমুখী নীতিৰ পৰিকল্পনা আৰু আত্মনিৰ্ভৰতা (আত্মনিৰ্ভৰশীলতা)ৰ দিশত এক স্পষ্ট প্ৰচেষ্টাৰ দ্বাৰা চালিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
“কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী @shripadynaik-এ উল্লেখ কৰিছে যে ভাৰতৰ শক্তিৰ ক্ষেত্ৰত পৰিৱৰ্তন বাস্তৱমুখী নীতি আৰু আত্মনিৰ্ভৰতাৰ দিশত এক স্পষ্ট প্ৰচেষ্টাৰ দ্বাৰা চালিত হৈছে।
বৈদ্যুতিকীকৰণ, প্ৰদূষণবিহীন শক্তি আৰু উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতে বিশ্বৰ শক্তিখণ্ডৰ দৃশ্যপটত এক নিৰ্ণায়ক অধ্যায় গঢ়ি তুলিছে।
সকলোৱে পঢ়ক!”
https://x.com/pmoindia/status/2034895279527534886?s=46
Union MoS @shripadynaik highlights that India’s energy transition is being driven by pragmatic policy and a clear push towards Aatmanirbharta.
With a strong focus on electrification, clean energy and manufacturing, India is shaping a decisive chapter in the global energy… pic.twitter.com/eZcsdux3WI
— PMO India (@PMOIndia) March 20, 2026
***
MJPS/PRK/HS