Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শিক্ষকৰ কেডাৰ অধ্যাদেশ, ২০১৯ত সংৰক্ষণৰ অনুমোদন কেবিনেটৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ‘‘দা চেণ্ট্ৰেল এডুকেশ্বনেন ইন্সটিটিউচনচ (শিক্ষকৰ কেডাৰত সংৰক্ষণ) অধ্যাদেশ, ২০১৯’’ৰ ঘোষণাত অনুমোদন জনাই বিশ্ববিদ্যালয়/মহাবিদ্যালয়সমূহক ‘‘বিভাগ/বিষয়’’ হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে ইউনিট হিচাপে গণ্য কৰাত সন্মতি প্ৰকাশ কৰিছে৷

প্ৰভাৱঃ

এই সিদ্ধান্তৰ দ্বাৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষণ গুণগতমান বৃদ্ধি হব৷

লাভঃ

এই সিদ্ধান্তৰ দ্বাৰা শিক্ষক কেডাৰত ৫০০০ টাতকৈও অধিক পদত কৰ্ম সংস্থাপন কাৰ্যকৰী হব৷

*****

AKT/SH/MANN