Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্বহীদ দিৱসত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱসত তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

‘ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ বলিদান আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ৷ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱবোধ কৰে যে এই তিনিগৰাকী মহান ব্যক্তি আমাৰ ভূমিত জন্ম পাইছিল৷ যৌৱনৰ শিখৰ অৱস্থাত তেওঁলোকে দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিছিল—যাতে আনে স্বাধীন আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

 ****

AKT/SH/MS