পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ঐতিহাসিক অসম আন্দোলনত অংশ লোৱা সকলোৰে বীৰত্বৰ কথা স্মৰণ কৰে।
শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে অসম আন্দোলনে কেইবাটাও প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু ৰাজ্যখনৰ বাবে সাংস্কৃতিক শক্তি আৰু সামগ্ৰিক উন্নয়নৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে চৰকাৰৰ উৎসৰ্গিত মনোভাৱক পুনৰ নিশ্চিত কৰিছে।
এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কৈছেঃ
“আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো। এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব। আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো। এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব। আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই…
— Narendra Modi (@narendramodi) December 10, 2025
***
MJPS/SR/HS
Today, on Swahid Diwas, we recall the valour of all those who were a part of the Assam Movement. The Movement will always have a prime place in our history. We reiterate our commitment to fulfilling the dreams of those who participated in the Assam Movement, notably the…