পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ টুইটাৰত শ্ৰী মোদীয়ে এইদৰে লিখে, ‘‘এখন মহান ৰাষ্ট্ৰই সৰ্বদা তেওঁলোকৰ মহান ত্যাগক সোঁৱৰণ কৰিব৷ জয় হিন্দ৷’’
*****
VRRK/AKP/MANN
शहीद दिवस पर मां भारती के महान सपूत वीर भगत सिंह, सुखदेव और राजगुरु को कोटि-कोटि नमन। देश के लिए उनका बलिदान कृतज्ञ राष्ट्र सदा याद रखेगा। जय हिंद!
— Narendra Modi (@narendramodi) March 23, 2020