Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীমতী শীলা দীক্ষিতৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


 

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীমতী শীলা দীক্ষিতৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শীলা দীক্ষিত জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো৷ এক আবেগপূৰ্ণ তথা অমায়িক ব্যক্তিত্বৰ অধিকাৰী শীলা দীক্ষিতে দিল্লীৰ উন্নয়নত উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে৷ তেওঁৰ পৰিয়াল তথা সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি”৷

*****

VRRK/SH/DB