Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী অটল বিহাৰী বাজপেয়ীক জন্মজয়ন্তীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

শ্ৰী অটল বিহাৰী বাজপেয়ীক জন্মজয়ন্তীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

শ্ৰী অটল বিহাৰী বাজপেয়ীক জন্মজয়ন্তীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীক জন্ম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

“জন্ম জয়ন্তীত অটলজীক শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁ সপোনত দেখা ধৰণৰ এখন ভাৰতবৰ্ষ গঢ়িবলৈ আমাৰ দৃঢ়সংকল্পক পুনৰ এবাৰ স্মৰণ কৰিছো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***
AKT/ VJ/MS