Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী অম্বৰীশৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অম্বৰীশৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী অম্বৰীশক তেওঁৰ স্মৰণীয় অভিনয়ৰ বাবে এগৰাকী অভিনেতা আৰু ৰাজনীতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণি বাবে সদায় মনত ৰাখিব৷ কৰ্ণাটকৰ কল্যানৰ বাবে ৰাজ্যিক তথা কেন্দ্ৰীয় পৰ্যায়ত মাত মাতিছিল৷ তেওঁৰ বিয়োগত দুখিত হৈছো৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷

*****

AKT/KP?DB