Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী কুন্দন শ্বাহৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কুন্দন শ্বাহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী কুন্দন শ্বাহৰ মৃত্যুত মৰ্মাহত হৈছো। সাধাৰণ নাগৰিকৰ জীৱন সংগ্ৰামক প্ৰদৰ্শনৰ বাবে তেওঁ হাস্যৰস আৰু ব্যংগৰ সমাহাৰক লৈ তেওঁক সকলোৱে মনত ৰাখিব। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ প্ৰতি মোৰ সমবেদনা জনাইছো। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”

***

AKT/SH/DB