Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী চি. কে. জাফৰ শ্বৰীফৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চি. কে. জাফৰ শ্বৰীফৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী চি. কে. জাফৰ শ্বৰীফৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ এগৰাকী জ্যেষ্ঠ সাংসদ হিচাপে তেওঁ সংসদৰ কাম-কাজৰ অগ্ৰগতিত সমৃদ্ধ কৰিছিল৷ তেওঁ দিল্লীত কৰ্ণাটকৰ আশা-আকাংক্ষাক শক্তিশালীভাৱে উপস্থাপন কৰিছিল৷ তেওঁৰ পৰিয়াল আৰু সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷” 

*****

AKT/KP/DB