Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী লাডু কিশোৰ শ্বেইনৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী লাডু কিশোৰ শ্বেইনৰ দেহাৱসানত শোক প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘উৰিষ্যাৰ আস্কাৰ লোকসভাৰ সাংসদ শ্ৰী লাডু কিশোৰ শ্বেইনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছো৷ সমাজৰ প্ৰতি বৃহৎ অৱদানৰ বাবে তেওঁক সদায়েই স্মৰণ কৰা হ’ব৷ গ্ৰামীণ বিকাশৰ প্ৰতি তেওঁক আগ্ৰহ উল্লেখযোগ্য আছিল৷ তেওঁৰ পুত্ৰ নচিকেতাক মই সমবেদনা জ্ঞাপন কৰিছো৷’’

***

AKT/KP/MANN