Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ষঠ পূজাৰ পবিত্ৰ খৰনা অনুষ্ঠানক লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপৰ্ব ষঠৰ সময়ত পালন কৰা উল্লেখযোগ্য অনুষ্ঠান  শুভ  ‘খৰনা’ উপলক্ষে সকলো ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ উৎসৱৰ লগত জড়িত কঠোৰ উপবাস আৰু ৰীতি-নীতি পালন কৰা সকলোকে তেওঁ সন্মানেৰে শ্ৰদ্ধা ঞ্জাপন  জনায়।

এই উপলক্ষে শ্ৰী মোদীয়ে ষঠী মাইয়াৰ প্ৰতি উৎসৰ্গিত ভক্তিমূলক গীতসমূহো শ্বেয়াৰ কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“ষঠৰ মহান উৎসৱ খৰনা পূজা উপলক্ষে আপোনালোক সকলোলৈ শুভেচ্ছা। উপবাস  পালন কৰা সকলোকে মোৰ শ্ৰদ্ধা  জনাইছো! বিশ্বাস আৰু সংযমৰ প্ৰতীক এই পবিত্ৰ অনুষ্ঠানত সাত্তিক প্ৰসাদৰ লগতে গুড়ৰ পৰা প্ৰস্তুত কৰা খীৰ খোৱাটো  পৰম্পৰা। এই অনুষ্ঠানত ষঠী মাইয়াই সকলোকে আশীৰ্বাদ প্ৰদান কৰক।”

https://www.youtube.com/watch?v=mOTEaLwwKK0

https://m.youtube.com/watch?v=fwX2g9jjo1o&pp=0gcJCR4Bo7VqN5tD

 

MJPS/SR/DM