Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদত বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণজীয়ে ভাৰতীয় অৰ্থনীতি আৰু আমি গ্ৰহণ কৰি থকা সংস্কাৰৰ গতিপথৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে: প্ৰধানমন্ত্ৰী


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ ভাষণৰ প্ৰশংসা কৰি কয় যে এই ভাষণত ভাৰতীয় অৰ্থনীতিৰ লগতে চৰকাৰে হাতত লোৱা সংস্কাৰৰ গতিপথৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

“সংসদত তেওঁৰ মন্তব্যৰ সময়ত বিত্ত মন্ত্ৰী @nsitharaman জীয়ে ভাৰতীয় অৰ্থনীতি আৰু আমি গ্ৰহণ কৰি থকা সংস্কাৰৰ গতিপথৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে।

ইয়াত তেওঁৰ ভাষণৰ লিংককেইটা আছে…”

https://www.youtube.com/watch?v=hf-qw-g2OwY
https://www.youtube.com/watch?v=9PIJR-GEMRM

****

MJPS/ST/KB