Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংস্কৃতত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ প্ৰচেষ্টাৰ শলাগ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ভাষাত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ বাবে নাগৰিকসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে৷ তেওঁ নিজৰ মন কী বাত এটা ক্লিপো শ্বেয়াৰ কৰে, য’ত তেওঁ কাশীত একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিল।

এগৰাকী নাগৰিকৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়,

“এইটো দেখি উৎসাহী হৈছো…এই প্ৰচেষ্টা গ্ৰহণ কৰা সকললৈ অভিনন্দন।

যোৱা বছৰ #MannKiBaatৰ এটা অনুষ্ঠানৰ সময়ত মই কাশীতো একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিলো। সেইটোও লগতে শ্বেয়াৰ কৰিছো৷”

***

DS/DB