Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংস্কৃত হিতোপদেশৰ জৰিয়তে চিন্তা আৰু কাৰ্য্যৰ অনুশাসনত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জীৱনত চিন্তাৰ স্পষ্টতা আৰু দৃঢ় পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সিদ্ধান্তহীনতা আৰু দ্বিধাগ্ৰস্ততাৰ বিপদ সন্দৰ্ভত উল্লেখ কৰি প্ৰাচীন প্ৰজ্ঞাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে সিদ্ধান্তহীনতাই মনক দুৰ্বল কৰি তোলে আৰু উদ্দেশ্যৰ বিকৃতি ঘটায়। তেওঁ উল্লেখ কৰে যে এবাৰ মৌলিক পদক্ষেপবোৰ আৰম্ভ হ’লে প্ৰত্যাহ্বানবোৰ গভীৰ আৰু অধিক জটিল হৈ পৰে; যাৰ বাবে অনুশাসন, একতা আৰু অটল সংকল্পৰ প্ৰয়োজন হয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা সংস্কৃত হিতোপদেশৰ উদ্ধৃতি দিছেঃ

“विकल्पमात्रावस्थाने वैरूप्यं मनसो भवेत्।

पश्चान्मूलक्रियारम्भगम्भीरावर्तदुस्तरः।।”

***

MJPS/SR/HS