পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূজনীয় ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানে দেশৰ প্ৰতিটো প্ৰজন্মক নিঃস্বাৰ্থ সেৱাৰ দিশত অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছে-
“पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥”
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘মানৱতাৰ অনন্য উপাসক পূজনীয় ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি! শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানে দেশৰ প্ৰতিটো প্ৰজন্মক নিঃস্বাৰ্থ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি থাকিব।
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥’
मानवता के अनन्य उपासक परम पूज्य डॉ. श्री श्री श्री शिवकुमार स्वामीजी को उनकी जन्म-जयंती पर कोटि-कोटि नमन! शिक्षा, समाज कल्याण और अध्यात्म के क्षेत्र में उनका अतुलनीय योगदान देश की हर पीढ़ी को निस्वार्थ सेवा के लिए प्रेरित करता रहेगा।
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति… pic.twitter.com/aR3JdDcrxj— Narendra Modi (@narendramodi) April 1, 2026
***
MJPS/VJ/HS
मानवता के अनन्य उपासक परम पूज्य डॉ. श्री श्री श्री शिवकुमार स्वामीजी को उनकी जन्म-जयंती पर कोटि-कोटि नमन! शिक्षा, समाज कल्याण और अध्यात्म के क्षेत्र में उनका अतुलनीय योगदान देश की हर पीढ़ी को निस्वार्थ सेवा के लिए प्रेरित करता रहेगा।
— Narendra Modi (@narendramodi) April 1, 2026
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति… pic.twitter.com/aR3JdDcrxj