Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ বাবে এখন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠন কৰিবলৈ ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ বাবে এখন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠন কৰিবলৈ ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

ভাৰত আৰু মৰক্কোৰদ্বাৰা এই নতুন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠনে সন্ত্ৰাসবাদীৰ আক্ৰমণ বিষয়ক গোচৰ নিষ্পত্তিত সহায় কৰিব৷ সন্ত্ৰাসবাদীৰ গতিবিধিৰ তথ্য লাভ অথবা তথ্য আদান প্ৰদানৰ ক্ষেত্ৰতো বুজাবুজিৰ চুক্তিখন গুৰুত্বপূৰ্ণ হ’ব৷

AKT/MS