পি এম ইণ্ডিয়া
ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক সন্মিলনৰ বাবে চেন্নাইৰ মামাল্লাপুৰমত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বংগোপ সাগৰৰ উপকূলত পুৱাৰ সময় অতিক্ৰম কৰি তেওঁ আবেগিক হৈ পৰিছে৷ সমুদ্ৰৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁ এটা কবিতা লিখা বুলিও উল্লেখ কৰে৷
‘হে সাগৰ, তোমাক প্ৰণাম’ নামৰ কবিতাটোত সাগৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ আবেগিক সম্পৰ্ক প্ৰতিফলিত হৈছে৷
টুইটাৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কবিতাটো ৰাইজৰ বাবে শ্বেয়াৰ কৰে৷
মহাবলীপুৰমত কালি পুৱা সাগৰ উপকূলত সময় পাৰ কৰি মন আপ্লুত হৈ পৰিছিল৷ সাগৰৰ সৌন্দৰ্যত মই ডুব গৈছিলো৷ মনৰ মাজত সৃষ্টি হোৱা আবেগ-অনুভূতিবোৰ শব্দৰ ৰূপত প্ৰকাশৰ চেষ্টা কৰিছো – pic.twitter.com/JKjCAcClws
— Narendra Modi (@narendramodi) October 13, 2019
कल महाबलीपुरम में सवेरे तट पर टहलते-टहलते सागर से संवाद करने में खो गया।
ये संवाद मेरा भाव-विश्व है।
इस संवाद भाव को शब्दबद्ध करके आपसे साझा कर रहा हूं- pic.twitter.com/JKjCAcClws
— Narendra Modi (@narendramodi) October 13, 2019
**************
VRRK/SH/MS