Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সম্প্ৰীতি আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু মৰমৰ কালজয়ী প্রজ্ঞাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

“सहृदयं सांमनस्यमविद्वेषं कृणोमि वः।

अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या॥”

এই হিতোপদেশৰ জৰিয়তে মানুহক ঘৃণমুক্ত এক স্বাভাৱিক হৃদয় তথা অনুভৱী মন গঢ়ি তোলাৰ লগতে গৰুৱে নৱজাত পোৱালিৰ লালন-পালন কৰাৰ দৰে একেই মৰম আৰু আকুলতাৰে পৰস্পৰৰ যত্ন লোৱাৰ উপৰি আন্তৰিকতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

सहृदयं सांमनस्यमविद्वेषं कृणोमि वः।

अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या॥

 

*********

MJPS/SS/VJ/DD