পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহীয়সী নাৰী সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো। তেওঁ গোটেই জীৱন সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক সবলীকৰণৰ নামত উচৰ্গা কৰিছিল। সাবিত্ৰীবায়ে শিক্ষা আৰু সমাজ সংস্কাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল। আমি তেওঁৰ আদৰ্শৰাজিৰ প্ৰতি গভীৰভাৱে অনুপ্ৰাণিত হৈছো আৰু তেওঁৰ লক্ষ্য পুৰণৰ বাবে নিৰলসভাৱে কাম কৰি আছো।
***
AKT/SH/DB
I bow to the great Savitribai Phule on her Jayanti. Hers was a life devoted to the empowerment of the poor and marginalised. She gave utmost importance to education and social reform. We are deeply guided by her ideals and are working tirelessly towards fulfilling her vision.
— Narendra Modi (@narendramodi) January 3, 2018