পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ‘সহকাৰৰ পৰা সমৃদ্ধি’ৰ লক্ষ্য হৈছে সমবায় প্ৰতিষ্ঠানসমূহক আত্মনিৰ্ভৰশীল আৰু শক্তিশালী কৰি তোলা। শ্ৰী মোদীয়ে কয় যে শ্ৰী অমিত শ্বাহে লিখা প্ৰবন্ধটোৱে প্ৰশাসনিক আৰু নীতিগত সংস্কাৰৰ জৰিয়তে সমবায় খণ্ডক কিদৰে পুনৰুজ্জীৱিত কৰা হৈছে তাক আলোকপাত কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এক পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়,
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী @AmitShah য়ে প্ৰশাসনিক আৰু নীতিগত সংস্কাৰৰ জৰিয়তে সমবায় খণ্ডক কিদৰে পুনৰুজ্জীৱিত কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ‘সহকাৰৰ পৰা সমৃদ্ধি’ৰ লক্ষ্য হৈছে সমবায় প্ৰতিষ্ঠানসমূহক আত্মনিৰ্ভৰশীল আৰু শক্তিশালী কৰি তোলা।
MJPS/SR
Union Home Minister and Minister of Cooperation, Shri @AmitShah, highlights how administrative and policy reforms have rejuvenated the cooperative sector. He underscores that the vision of 'Sahkar Se Samriddhi' aims to make the cooperative institutions self-reliant and robust. https://t.co/kqQKX9hjRX
— PMO India (@PMOIndia) November 25, 2024