Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সীমাঞ্চল এক্সপ্ৰেছৰ ৰে’ল লাইন বিচ্যুতিকৰণৰ ফলত হোৱা প্ৰাণহানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমাঞ্চল এক্সপ্ৰেছৰ ৰে’ল লাইন বিচ্যুতিকৰণৰ ফলত হোৱা প্ৰাণহানিত শোক প্ৰকাশ কৰিছে৷ তেওঁ কয়, ‘‘শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো৷ আঘাতপ্ৰাপ্ত ব্যক্তিসকলে যাতে দ্ৰুত আৰোগ্য লাভ কৰে৷ দূৰ্ঘটনাস্থলীত ৰে’লৱে, এনডিআৰএফ তথা স্থানীয় প্ৰশাসনে যথাসম্ভৱ সাহায্য প্ৰদান কৰিছে৷’’

***

AKT/AK/MANN