Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুজিত উইলছনৰ সুৰক্ষিত উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সুজিত উইলছনৰ সুৰক্ষিত উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁ কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰী ড. এডাপ্পাড়ি পালানিছামীৰ সৈতে সুজিতৰ উদ্ধাৰৰ বাবে চলি থকা অভিযান সন্দৰ্ভত কথা পাতে। তেওঁ লগতে কয় যে শিশুটি যাতে সুৰক্ষিত হৈ থাকে সেয়া সুনিশ্চিত কৰিবলৈ সকলোধৰণৰ চেষ্টা সম্পন্ন কৰিব লাগে।

https://twitter.com/narendramodi/status/1188760480741056513?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1188760480741056513&ref_url=http%3A%2F%2Fpibarchive.nic.in%2Fnewsite%2FPrintRelease.aspx%3Frelid%3D194053

 

https://twitter.com/narendramodi/status/1188779223969722369?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1188779223969722369&ref_url=http%3A%2F%2Fpibarchive.nic.in%2Fnewsite%2FPrintRelease.aspx%3Frelid%3D194053

***

VRRK/AK/RD