পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত আলোকপাত কৰা হৈছে যে জনসাধাৰণৰ আস্থা হৈছে সুশাসনৰ সৰ্বশ্ৰেষ্ঠ মূলধন। ইয়াত উল্লেখ কৰা হৈছে যে যোৱা ১২ বছৰত দেখা পৰিবৰ্তনে কেৱল শাসন আৰু প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰাই নহয়, বিভিন্ন কল্যাণমূলক পদক্ষেপৰ জৰিয়তে কোটি কোটি নাগৰিকৰ জীৱন অধিক সুবিধাজনক, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই প্ৰবন্ধটোত এই উন্নয়নসমূহ আৰু নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;
‘জনসাধাৰণৰ আস্থা হৈছে সুশাসনৰ আটাইতকৈ ডাঙৰ সম্পদ। যোৱা ১২ বছৰত হোৱা পৰিবৰ্তনবোৰে কেৱল শাসনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰাত সফল হোৱাই নহয়, বৰঞ্চ জনকল্যাণমূলক আঁচনিৰ জৰিয়তে কোটি কোটি নাগৰিকৰ জীৱন অধিক আৰামদায়ক, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী @PiyushGoyal-এ এই প্ৰবন্ধটোত বিশদভাৱে নিজৰ মতামত আগবঢ়াইছে।’
जन विश्वास ही सुशासन की सबसे बड़ी पूंजी है। बीते 12 वर्षों में हुए परिवर्तन न केवल शासन-प्रशासन के प्रति लोगों का भरोसा मजबूत करने में सफल रहे हैं, बल्कि जनकल्याणकारी योजनाओं के माध्यम से करोड़ों नागरिकों के जीवन को अधिक सहज, सुरक्षित और सम्मानजनक बनाने में भी महत्वपूर्ण भूमिका… https://t.co/8C8iK5B8eI
— PMO India (@PMOIndia) June 22, 2026
****
MJPS/SS/ST/HS