পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে জনসেৱা হৈছে সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নিৰন্তৰভাৱে নম্রতা, সততা আৰু নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰা ব্যক্তিয়ে জনসাধাৰণৰ আস্থা অৰ্জন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ
‘সুশাসনৰ বাবে জনসেৱা হৈছে আটাইতকৈ ডাঙৰ মাপকাঠি। নম্রতা, নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰে কাম কৰা ব্যক্তিয়েহে জনসাধাৰণৰ আস্থা অৰ্জন কৰে।
सदानुरक्तप्रकृतिः प्रजापालनतत्परः।
विनीतात्मा हि नृपतिर्भूयसी श्रियमश्नुते॥’
সেৱাক এক পবিত্ৰ কৰ্তব্য বুলি গণ্য কৰা, জনসাধাৰণৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰা, সুশাসনৰ জৰিয়তে তেওঁলোকৰ নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰা আৰু নম্রতা, আত্ম-অনুশাসন আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে সমাজৰ প্ৰগতিৰ প্ৰতি উৎসৰ্গীকৃত জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত জনসাধাৰণৰ আস্থা, সন্মান, স্বীকৃতি আৰু সমৃদ্ধি অৰ্জন কৰে।
जनसेवा ही सुशासन की सबसे बड़ी कसौटी है। विनम्रता, समर्पण और कर्तव्यनिष्ठा के साथ निरंतर कार्य करने वाला व्यक्ति ही जनविश्वास अर्जित करता है।
सदानुरक्तप्रकृतिः प्रजापालनतत्परः।
विनीतात्मा हि नृपतिर्भूयसी श्रियमश्नुते॥ pic.twitter.com/mn0Ax0F8hs
— Narendra Modi (@narendramodi) June 10, 2026
***
MJPS/SS/PRK/HS